culture Nov 25, 2023 অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩ সৰভোগ পৌৰসভাৰ উদ্যোগত ২৩ আৰু ২৫ নবেম্বৰ ২০২৩ ইং তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩ অনুষ্ঠানটি আয়োজন কৰা হয়৷